Go to full page →

অধ্যায় ৩৮ - সিদ্ধ পুৰুষৰ পুৰস্কাৰ GCam 204

তেতিয়া মই দেখিলো দূতবিলাকৰ এটা ডাঙৰ সংখ্যা নগৰৰ পৰা মহিমান্বিত ৰাজমুকুটবোৰলৈ আহে( প্ৰতিজন সিদ্ধপুৰুষৰ বাৱে এটাকৈ ৰাজমুকুট যাৰ ওপৰত তাৰ নাম লিখা আএছ( আৰু যেনে যীশুৱে মুকুটৰ বাৱে খোঁজ কৰিল, দূতবিলাকে সেই বোৰ তেওঁলৈ আগ বঢ়ালে, আৰু ধুনীয়া যীশু, তেখেতৰ নিজ সোঁ হাতেৰে সিদ্ধ পুৰুষ সকলকৰ মূৰত মুকুটবোৰ স্থাপন কৰিল। একেই দৰে, দূতবিলাকে বাণীবোৰ আনিল আৰু যীশুৰে সেই বোৰকও সিদ্ধপুৰুষ সকলক আগ বঢ়ালে। কর্তৃত্ব থকা দূতবিলাকে সুৰ তুলিলে, আৰু তাৰ পিচতে প্ৰতিটো মাত কৃতজ্ঞ, সুখী প্রশংসাত তােলা হল। আৰু প্ৰতিটোখন হাতে দ(তাৰে বীৰৰ তাঁৰবোৰৰ ওপৰত চোঁচৰাই নিলে। ৰসাল আৰু নিখুঁত সুৰত সুশ্ৰাব্য সঙ্গীত নিৰ্গত কৰিল। তেতিয়া মই দেখিলো যীশুৱে উদ্ধাৰ পোৱা দলটোক নগৰীখনৰ দ্বাৰৰ দিলে আগুৱাই লয়। তেখেতে দ্বাৰ খন ধৰিল আৰু তেখেতৰ চক্‌মকীয়া কজাৰ ওপৰত পিচলৈ ঠেলি দিলে, আৰু সেই জাতিটোক যিবিলাকে সত্য মানি চলিছিল, ভিতৰলৈ প্ৰৱেশ কৰাৰ বাৱে নিৰ্দেশ দিলে। দৃষ্টি তৃপ্ত কৰিবলৈ নগৰীখনত আটাইখিনিয়ে আছিল। সাৰুৱা গৌৰৱ তেওঁলোকে য’তে ত’তে দেখিবলৈ পালে। তাৰ পিচতে যীশুৱে তেখেতৰ উদ্ধাৰ পোৱা সিদ্ধ পুৰুষৱা কলৰ ওপৰত দৃষ্টি ৰাখিল তেওঁলোকৰ চেহৰা গৌৰৱত উজ্জ্বল আছিল আৰু যেনে তেখেতে তেওঁলোকৰ ওপৰত তেখেতৰ মৰমীয়াল দৃষ্টি নিবদ্ধ কৰিল, তেখেতৰ গহীন, মধুৰ মাতেৰে ক’লে, মই নিজ প্ৰাণৰ অত্যন্ত পৰিশ্রম দেখো আৰু সন্তুষ্ট হঁও। অনন্তকাললৈ উপভোগ কৰাৰ বাৱে এই মূল্যবান গৌৰৱ তোমালোকৰেই। তোমালোকৰ সন্তাপবোৰ শেষ হয়। মৃত্যু আৰু ন হয়( দুখ, ৰিমিয়ো আৰু বেদনা ও আৰু ন হয়। মই দেখিলো উদ্ধাৰ পোৱা দলটো যীশুৰ ভাৰত তেওঁলোকৰ উজ্জ্বল ৰাজমুকুটবোৰ নিক্ষেপ কৰিল, আৰু তাৰ পিচতে যেনে তেখেতৰ ধুনীয়া হাতখন সেইবোৰ তুলি ললে, তেওঁলোকে তেওঁলোকৰ সোনোৱালী বীণবোৰ স্পৰ্শ কৰিল, আৰু তেওঁলোকৰ সঙ্গীতৰে আৰু মেষপোৱালীৰ উদ্দেশ্যে গীত সমূহৰে গোটেই স্বৰ্গ খন পূৰ্ণ কৰিল। GCam 204.1

তাৰপিচত মই দেখিলো উদ্ধাৰ পোৱা দলটোক যীশুৱে জীৱনৰ গছটোৰ ফালে আগুৱাই লল, আৰু আমি, মৰণশীল কানত কেতিয়াবা যি সঙ্গীত সোমাল তাতকৈ বেচি মধুৰ মাতিত, তেখেতক কোৱা শুনো, এই গছৰ পাতবোৰ জাতিৰ নিৰাময়ৰ বাৱে। ইয়াৰ গোটেই খিনি খোৱা। জীৱনৰ গছটোৰ ওপৰত আটাইতকৈ ধুনীয়া ফল আছিল। যি সিদ্ধপুৰুষ সকলে ইচ্ছামতে খাব পাৰিলে হেঁতেন।নগৰীখনত আছিল আটাইতকৈ গৌৰৱান্বিত সিংহাসন, আৰু সিংহাসন খনৰ তলৰ পৰা সেই জীৱন পানীৰ এটা নিৰ্ম্মল নদী নির্গত হল, যি আছিল ফটিকৰ দৰে উজ্জ্বল। নদীখনৰ ইপাৰ সিপাৰে জীৱনৰ গছটো আছিল, যি খোৱাৰ বাৱে উত্তম ফল ওপজিলে, স্বৰ্গৰ বৰ্ণনা কৰাৰ চেষ্টাত ভাষা সম্পূৰ্ণভাৱে অক্ষম। যেনে দৃশ্যখন মোৰ আগত আহে মই বিষ্ময়ত হেৰুৱাই যাঁও, চৰা জেউতি আৰু উৎকৰ্ষ গৌৰৱত উত্তেজিত হৈ। মই কলম ডাল তলত ৰাখো, আৰু বিষ্ময়ত কওঁ, এয়া কেনেকোৱা প্ৰেম! কেনেকোৱা আচৰিত প্ৰেম! অত্যাধিক ক্ষমতাসম্পন্ন ভাষা স্বৰ্গৰ গৌৰব, এজন ত্রাণকর্তাৰ প্ৰেমৰ অতুলনীয় গভীৰতাও বৰ্ণনা কৰিব নোৱাৰে। GCam 205.1

ইচাইয়া ৫৩:১১, দৈববাণী ২১:৪( ২২:১-২ দেখক। GCam 206.1