Loading...
Larger font
Smaller font
Copy
Print
Contents

মহান বিবাদ

 - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First

    অধ্যায় ৮ - যীশুৰ বিচাৰ

    দেৱদূত বিলাকে স্বৰ্গ এৰি অহাৰ সময়ত দুখতেই তেওঁলোক ৰাজমুকুটবোৰৰ দলিয়াই পেলাইছিল। চয়তান আৰু তাৰ দূত বিলাক মানৱতা আৰু সহানুভূতি নাশ কৰাৰ বাৱে বিচাৰ সভাত ব্যস্ত হৈ আছিল। সেয়ে পৰিস্থিতি খন দূষিত হৈ গৈছিল তৈওলোকন প্ৰভাৱৰ দ্বাৰা। তেওঁলোকৰ অনুপ্ৰেৰণাৰে মুখ্য পুৰোহিতআৰু বয়স্ক সকল মানুহে সহ্য কৰিব নোৱাৰাৰ দৰে যীশুক দুর্ব্যবহাৰ আৰু অপমান কৰিছিল। চয়তানে আশা কৰিছিল যে এই আচৰণৰে যীশুৱে তেওঁৰ স্বৰ্গীয় ক্ষমতা প্ৰদৰ্শন কৰিব আৰু মানুহৰ জাঁৰ পৰা নিজক আঁতৰাই নিয়াৰ ফলত অৱশেষত মুক্তিৰ পৰিকল্পনা খন ব্যর্থ হব।GCam 28.1

    যীশুৰ বিশ্বাসঘাতকতা হোৱাৰ পাচত পিটাৰক তেওঁৰ অন্যতম শিষ্য বুলি দোষী সাব্যস্ত কৰাত সি এয়া অস্বীকাৰ কৰিছিল। শিষ্য সকলক উল্লেখ কৰা হৈছিল সিঁহতৰ আচৰণৰ বিশুদ্ধতা চাই আৰু তেতিয়া তৃতীয়বাৰৰ বাৱে পিটাৰৰ প্ৰতাৰণত সি যীশুৰ কঠোৰ নিন্দনীয় দৃষ্টিৰ সম্মুখীন হৈছিল। সি তাৰ প্ৰভুক অস্বীকাৰ কৰিলেও শেষলৈ তেওঁয়ে তাক ৰক্ষা কৰিছিল। তাৰ মহাপাপৰ বাৱে সি গভীৰ ক্রোদ আৰু অনুতাপেৰে পৰিৱৰ্তিত হৈ তাৰ ভ্ৰাতৃসকলক শক্তিশালী কৰিছিল।GCam 28.2

    মানুহৰ জাঁক যীশুৰ তেজৰ বাৱে উত্যক্ত হৈ আছিল। তেওঁলোকে নিষ্ঠুৰভাবে তেওঁৰ পবিত্ৰ শিৰত কাঁইটৰ মুকুট পিন্ধাই দিছিল। তেওঁলোকে উপহাসেৰে নতঃশিৰ হৈ তেওঁক অভিবাদন জনাইছিল। তাৰপিচত তেওঁৰ হাতত দিয়া বাঁচটো লৈ তেওঁৱে শিৰত আঘাত ক্ৰত তেজৰ ধাৰা ওলাই আহিছিল বাহিৰলৈ।GCam 28.3

    এই দৃশ্যখন দেৱদূত সকলৰ বাৱে সহিব পৰাটো কঠিন আছিল। কিন্তু পৰাক্রমী দূত সকলৰ বাৱে তেওঁলোকে যীশুৰ উদ্ধাৰৰ বাৱে একোৱে কৰিব পৰা নাছিল। যীশুৱে জানিছিল যে দেবদূত সকলে তেওঁৰ দূৰ্দশাৰ দলশ্য চাই আছিল। মই দেখিছিলো যে দূর্বলতম দেবদূতও মানুহৰ জাঁকক ক্ষমতাহীন কৰি যীশুক উদ্ধাৰ কৰিব পাৰিলে হেতেন। তেওঁ বিচাৰিলে পিতৃৰ সহায় পালে হেঁতেন, কিন্তু যীশুৱে ভাবিছিল মুক্তিৰ পৰিকল্পনাটো সফল কৰিবলৈ হলে তেওঁক দুষ্ট মানুহ বিলা যন্ত্ৰণা সহ্য কৰিবই লাগিব।GCam 29.1

    নম্র আৰু বিনীত যীশু থিয় হৈ আছিল উত্তেজিত মানুহৰ জাঁকৰ আগত আৰু সিঁহতৰ অসভ্য আচৰণৰ মাজত। তেওঁলোকে থুকিছিল তেওঁৰ মুখৰ ওপৰত ̶ ̶ যিটো মুখৰ পৰা এদিন সিঁহতে লুকাই থাকিবলৈ বিচাৰিব যিটো ভগৱানৰ লগৰীক পোহৰ দিব আৰ বেলিতকৈও অধিক উজলিব কিন্তু আক্রমনকাৰী ইতৰ ওপৰত আক্রমনো ক্রোধ প্রকাশ কৰা নছিল। তেওঁলোক পুৰণা খেন কাপেন দি তেওঁৰ শিৰ বান্ধি তেওঁৰ চকু বান্ধি দিছিল। তাৰ পিচত তেওঁলোকে তেওঁক মুখত আঘাত কৰি চিঞৰি উঠিছিল।GCam 29.2

    শিষ্য সকলৰ বিশ্বাস বৃদ্ধি পাইছিল যত যীশু আছিল তাতে প্রবেশ আৰু তেওঁৰ বিচাৰ প্ৰত্যক্ষ কৰি। তেওঁলোকে ভাবিছিল। যে তেওঁ স্বৰ্গীয় ক্ষমতা প্রদর্শনেৰে তেওঁৰ শত্ৰুৰ পৰা নিজকে উদ্ধাৰ কৰি সিহঁতক সিঁহৰ নিষ্ঠুৰতাৰ বাৰে শাস্তি বিহিব। ভিন ভিন দৃশ্য উঠি অহাত তেওঁলোকৰ ৰে আশাত উত্থান আৰু পতনেৰে আকৃতিৰ পৰিবৰ্তনৰ সময়ত এটা স্বৰ শুনিব পাইছিল আৰু তাৰ পিচত গৌৰবৰ সাক্ষী হৈছিল, যিটো তেওঁলোকক শক্তি বৃদ্ধি কৰি কৈছিল যে তেওঁৰে আছিল ভগবানৰ পুত্ৰ।GCam 29.3

    শিষ্য সকলে এই আশাও কৰিছিল যে যীশুৱে তেওঁৰ স্বৰ্গীয় ক্ষমতা প্রদর্শনেৰে সকলোকে আশ্বস্ত কৰিব যে তেওঁ ৱে আছিল ইজৰাইলৰ ৰজা। জুদাচে বিশ্বাস ঘাতকতাৰ দ্বাৰা যীশুক প্ৰতাৰণা ৰাৰ বাৱে তাৰ মন দুখ আৰু লাজেৰে ভৰি উঠিছিল। এতেকে তেওঁ যেতিয়া বিচাৰ সভাত যীশুৰ তেজৰ বাৱে উত্তেজিত মানুহৰ জাঁকক দেখিছিল, তেতিয়া তেওঁ গভীৰ অপৰাধ বোধ কৰিছিল। বহুতে যীশুক দৃঢ়তাৰে দোষী সাব্যস্ত কৰাত জুদাচে মানুহৰ জাঁকৰ মাজেদি ওলাই স্বীকাৰ কৰিলে যে তেওঁ পবিত্র তেজক বিশ্বাসঘাত কতা কৰি পাপ কৰিছিল। তেওঁ তেওঁলোকক অৰ্থৰ প্ৰস্তাৱ দি যীশুক মুক্তি দিয়াৰ বাৱে ভিক্ষা প্ৰাৰ্থনা কৰিছিল। জুদাৰে উচ্চম্বৰত যীশুক অনাপৰাধী বুলি ঘোষণা কৰাত পুৰোহিত সকলে উত্তৰ দিছিল, সেইটো কি আমাৰ ওচৰত? তুমিয়েই সেইটো কি আমাৰ ওচৰত? তুমিয়েই সেইটোলৈ চোৱা। তেওঁলোকৰ ক্ষমতাৰ অধীনতে যীশু। আছিল আৰু এয়া নিশ্চিত ক্ৰৰ বাৱে তেওঁলোক দৃঢসংকল্প আছিল। জুদাৰে ক্রোধ অতি প্ৰৱল হোৱাত তেওঁটকা দলিয়াই দিছিল যিটো তেওঁ এতিয়া ঘৃণা কৰিছিল সেই সকলো লৈ যি সকলে তেওঁক লৈ আনিছিল আৰু নিজৰ অপৰাধ বোধত উত্যক্ত হৈ আত্মহত্যা কৰিছিল। সেই দলত যীশুৰ বহুতো পুতৌ কৰোঁতা আছিল আৰু তেওঁক শুধা অসংখ্য প্রশ্ন কোনো উত্তৰ তেওঁ নিদিয়াত মানুহৰ জাঁকটো আচৰিত হৈ গৈছিল। তেওঁ আছিল নিখুঁত আৰু মহৎ ৰূপত। তেওঁৰ গুণ বোৰৰ তেওঁলোকে তুলনা কৰি থকা অৱস্থাত একে আনক কলে যে ৰজা হিচাপে তেওঁৱে বেচি যাচিছিল এখন ৰাজত্বৰ দায়িত্ব দিয়া হলে আন কোনো শাসনকর্তাকেও। এজন অপৰাধী হোৱাৰ কোনো চিন তেওঁৰ ভিতৰত নাছিল। তেওঁৰ ধৈৰ্য্য আৰু সহিষ্ণুতা ইমানেই মানুহৰ অসদৃশ আছিল যি বহুতেই কঁপি উঠিছিল। আনকি তেওঁৰ মহৎ ভগৱান সদৃশ ব্যৱহাৰত হেৰদ আৰু পাইলেতেৰ ডাঙৰ সমস্যাত পৰিছিল।GCam 30.1

    প্রথমৰ পৰাই পাইলেক জগৰীয়া কৰা হৈছিল যে তেওঁ কোনো সাধাৰণ নহয় উৎকৃষ্ট মানুহে আছিল। তেওঁ নিজকে সম্পূর্ণ ৰূপে নিৰ্দোষী বুলি বিশ্বাস কৰিছিল। এই দৃশ্যবোৰৰ দেবদূতবিলাকে চাই তেওঁৰ যীশুৰ প্ৰতি থকা দয়া আৰু সহানুভূতি লৈ লক্ষ্য কৰি তেওঁলোকে তেওঁক যীশুৰ মুক্তিৰ কাৰ্য্যৰ পৰা বিৰত কৰিবলৈ চেষ্টা কৰিছিল। এজন দেবদূতক পাইলে ঘৈনিয়ে ওচৰত পঠোৱা হৈছিল তাইক সপোনৰ যোগেদি এই খবৰ দিবলৈ যে এয়া আছিল ভগবানৰ পুত্ৰ যাৰ বিচাৰত নিৰ্দোশী আৰু দুঃখভাগী পাইলেক নিযুক্ত দ্ৰা হৈছিল। এতেকে তাই পাইলেটক খবৰ পঠোৱাই তেওঁক পবিত্র মানুহ জনৰ পৰা আঁতৰত থাকিব কৈছিল। কিন্তু সকলোকে আওকান কৰি তেওঁস্থিৰ কৰিছিল যে তেখেতৰ মুক্তিৰ বাৱেই লৰিব।GCam 31.1

    হেৰদ জেৰুজালেমত থকা শুনি পাইলেটে আনন্দিত হৈছিল আৰু আশা কৰিছিল যে যীশুক গৰিহনা দিয়াত তেওঁৰ কোনো অৰিহনা নাথাকে। জনক হত্যাৰ ঘটনাটোৱে হেৰদৰ চেতনাত এটা চিন এৰিথৈ গৈছিল যিটোৰ পৰা তেওঁ নিজকে মুক্ত কৰিব পৰা নাছিল। যেতিয়া তেওঁ যীশুৱে কৰা শক্তিশালী কামবোৰৰ কথা শুনিছিল, তেওঁ ভাবিছিল যে এয়া হলে মৃতাৱস্থাৰ পৰা উঠি অহা জন। তেওঁ ইয়াৰ দ্বাৰা অপৰাধ বোধেৰে ভুগি আছিল। পাইলেটৰ সৌজন্যত যীশুৱে হেৰঙৰ হাতত আইছিল। এই কামটোৰ দ্বাৰা পাইলটে নিজৰ ক্ষমতা, কর্তৃত্ব আৰু বিচাৰৰ প্ৰকাশ কৰিছিল। আগতে তেওঁলোকে শত্ৰুহৈ থাকিলেও পিচলৈ সিঁহতৰ মাজত বন্ধুত্ব স্থাপিত হৈছিল। যীশুক দেখি হেৰডে আনন্দিত হৈছিল কাৰণ সি আশা কৰিছিল তেওঁ তাৰ সন্তুষ্টিৰ বাৰে কিছুঅতি আচৰিত কামে কৰিব।GCam 32.1

    যীশুৱে তেওঁলৈ হেৰদে কৰা বহুতো প্রশ্নৰ কোনো জবাবেই দিয়া নাছিল আৰু তেওঁক দোষী সাব্যস্ত কৰা তেওঁৰ শত্ৰুবিলাকক ও কোনো হিচাপত ধৰা নাছিল। হেৰদে আচৰিত হৈছিল যেতিয়া এই মহৎ ভগবান সদৃশ্য চেহেৰাৰ যীশুৱে অসভ্য আচৰণৰ সন্মুখীন হৈছিল, সি তেওঁক গৰিহনা দিয়াৰ পৰা বিৰত থাকি তেওঁক আকৌ পিলাদকলৈ পঠোৱাই দিছিল।GCam 32.2

    চয়তান আৰু তাৰ দূত সকলে পিলাতক প্ৰলোভিত কৰি আছিল আৰু তাক তাৰ নিজ ধ্বংস পথত ঠেলিবলৈ চেষ্টা কৰি আছিল। তেওঁলোকে তাক সলাই দিছিল বেসি যীশুৰ ক্রশবিদ্ধ হোৱাত সহায় ন কৰিলে সি তাৰ ক্ষমতা আৰু গোটেই সম্মান হেৰুৱাব। প্রত্যেকে ক্ষমতা আৰু কত্তৃত্ব হেৰুৱাৰ ভয়ত পিলাতে যীশুৰ হত্যাত সম্মতি প্ৰদান কৰিছিল। নিজৰ স্বাৰ্থ আৰু সন্মানৰ কাৰণে সি এজন নিৰ্দোষী মানুহক মৃত্যু মুখত ঠেলি দিছিল। পাইলেটে নিজৰ বিশ্বাসক অনুসৰণ কৰা হলে যীশুক গৰিহনা নিদিলে হেতেন।GCam 33.1

    বহুতোৰ মনতেই যীশুৰ বিচাৰ আৰু পৱিনাৰ চিন্তা হৈ আছিল, আৰু ধাৰণা মাজু হৈ আছিল। যীশুৰ আবিৰ্ভাবৰ পিচত প্ৰকাশ পোৱাৰ বাৱে। বহুতোকে গীৰ্জালৈ বেগে কৰোৱাৰ কথা আছিল যি সঁতৰ অভিজ্ঞতা আৰু বিশ্বাস হিচাপ ধৰিব লাগিব যীশুৰ বিচাৰৰ সময়ৰ পৰা।GCam 33.2

    চয়তানৰ ক্রোধ অতিকৈ বৃদ্ধি পাইছিল যেতিয়া তাৰে আগুৱাই নিয়া মুখ্য পুৰোহিত সকল যীশুক নিষ্ঠুৰতাৰ বলি কৰিব নোৱাৰিছিল। মই বুজিলো যে যীশুৱে মানুহৰ স্বভাব ললেও তেওঁৰ ভগৱান সদৃশ এটা ক্ষমতা আৰু ভাগৱে তেওঁক ৰক্ষা কৰি ৰাখিছিল। আৰু তেওঁৰ পিতৃৰ ইচ্ছাৰ পৰা তেওঁ অকলো আতঁৰি যোৱা নাছিল।GCam 33.3

    মেথিউ ২১:১-১১, ২৭:৩২-৬৬( মার্ক ১৫:২১-৪৭, লিউক ২৩:২৬-৫৬( জন ১৯:১৭-৪২, দৈববাণী ১৯:১১-১৬ দেখকGCam 34.1