Loading...
Larger font
Smaller font
Copy
Print
Contents

মহান বিবাদ

 - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First

    অধ্যায় ১০ - খ্ৰীষ্টৰ পুনৰুত্থান

    শিষ্য সকলে পুণ্যদিনা খনত জিৰনিলৈ তেওঁলোকৰ প্ৰভুৰ মৃত্যুৰ বাৱে দুখ প্ৰকাশ কৰি আছিল। যেতিয়া গৌৰৰ ৰজা যীশুৱে কৰ খনত বিশ্রাম লৈছিল। নিশাটো লাহে লাহে কাটি গলেও এতিয়াও এন্ধাৰ হৈ আছিল। কৰ খনৰ ফালে ধূৰি থকা স্বৰ্গীয় দূত সকলে জানিছিল যে ভগৱানৰ প্রিয়পুত্ৰৰ মুক্তিৰ সময় আহি পৰিছে। যেতিয়া তেওঁলোক গভীৰ আবেগেৰ তেখেতৰ বিজয় ঘটাৰ বাৱে প্রতীক্ষা কৰি আছিল। এজন শক্তিশালী দূত স্বৰ্গৰ পৰা তীব্র বেগেৰে উৰি আহিছিল। তেওঁৰ মুখখন আছিল ৰজন নিচিনা আৰু তেওঁৰ পোষাক ফৰ ন্যায় বগা, তেওঁৰ পোহাৰ তেওঁৰ পথৰ পৰা এন্ধাৰ গুচাই দিছিল। ইয়াৰ ফলত পতিত দূত বিলাকে যি সতে বিজয় ধ্বনিৰ যীশুৰ শৰীৰটো দাবি কৰিছিল, সিহঁতে তেওঁৰ ঔজ্জ্বল্য আৰু গৌৰৱৰ ভয়তেই পলাই সাৰিছিল এজন অন্যতম স্বৰ্গীয় দূত যি গৰাকীৱে যীশুৰ অপমানৰ দৃশ্যপ্রত্যক্ষ কৰিছিল আৰু লক্ষ্য কৰি আছিল তেখেতৰ পবিত্ৰ জিৰনি ঠাই খন, স্বৰ্গৰ পৰা অহাদূৰ লগত যোগ দিছিল। দু’জনে মিলি নামি আহিছিল কখনলৈ। তেওঁলোকে ইয়ালৈ ওচৰ চপাত পৃথিবী খন লৰিকাঁপি উঠিছিল। আৰুতাৰ পিচতে হৈছিল সাংঘাতিক ভূঁই কঁপ। শক্তিশালী দূত জানে পাটো ধৰি বৰ খনৰ দুৱাবৰ পৰা এইটোক বগৰাই নিছিল আৰু এইটোৰ ওপৰত বহিপৰিছিল।GCam 42.1

    সাংঘাতিক ভয় আঁকোৱানি নিছিল পহৰাদাৰ জনক। এতিয়া কত আছিল যীশুৰ শৰীৰটো ৰখাৰ বাৱে তেওঁলোকৰ ক্ষমতা? তেওঁলোকে আচৰিত আৰু ভীত হৈ উঠিছিল যেতিয়া দূত বিলাকৰ সৰহ উজ্জ্বল পোহৰ বেলিত কৈও উজলিছিল চাৰিও কাষে। ৰোমান পহৰা দাৰ জন দূত বিলাকক দেখি মাটিত মৃতকৰ নিচিনা পতিত হৈছিল। এজন দূতে বিজয়েৰে পাৰটো বগৰাই ঘূৰাইনিছিল আৰু অধিক দখল দিব নোৱাৰিলে। যীশুৰে মৃতাবস্থাৰ পৰা উঠি আহিছিল। যেতিয়া যীশুৱে কবৰ খনৰ পৰা সহানুভবেৰে উঠি আহিছিল। সেই সকল উজ্জ্বল দূত বিলাকে ভূমিত দীঘল দি পেলাই তেখেতক পূজা কৰিছিল। তাৰপিচত তেওঁলোকে জয়োল্লাসৰ গানেৰে অভিবাদন কৰিছিল। চয়তানে এতিয়া জয়োল্লাস কৰা নাছিল।GCam 43.1

    চয়তান আৰু তাৰ দূতসকলৰ নাৰকীয় জয়োল্লাস আছিল ক্ষণিকৰ। যেতিয়া যীশুৱে তেখেতৰ বন্দীগৃহৰ পৰা এ্যাৰাকী প্রতাপান্বিত বিজয়ী হিচাপে ওলাই আহিছিল, তেতিয়া চয়তানে বুজিব পাৰিছিল যে তাৰ এটা মৰম পিচত মৃত্যু হ’বই লাগিব আৰু তাৰ ৰাজত্বখন এতিয়া যাৰ অধিকাৰ আছিল তেওঁ লে ঘূৰাই দিব লাগিব।GCam 43.2

    চয়তানে ক্ষণিকাৰ বাৱে যেন, দুঃখিত হৈ দুদৰ্শা ভোগ কৰিছিল, সি তাৰ দূত বিলাৰ সৈতে মিলি এখন সভা পাতিছিল এইটো ঠিক কাৰ বাৱে যে সিঁহতৰ ভগৱানৰ সৰকাৰ খনৰ বিৰোধিতা ৰ বাৱে পৰবৰ্তী সময় লৈ কি উচিত ৰোমান পহৰাদাৰ জন খ্রীষ্টৰ উত্থানৰ ঘূৰ্ণনীয় খৰটো বহন কৰিব। আমি যীশুক ঘৃণা কৰি তেখেতক হত্যাৰ বাৱে পুৰোহিত আৰু বয়ঃস্ক সকলক আগুৱাই নিছিলো। যীৰ উত্থানৰ খৰটো জনাজাত হল সিঁহতক মানুহবিলাকে পাথৰেৰে দলিয়াই মাৰি পেলাব কিয়নো সিঁহতে এজন নিৰ্দোষী মানুহক হত্যা কৰিছিল।GCam 43.3

    পহৰাদাৰবিলা মুখত যীশু উত্থানৰ ৰকৈ আচৰিত গল্পটো শুনি হত্যাকাৰী সকলৰ চোহৰাবোৰৰ নিস্তেজ অৱস্থাহৈ গৈছিল। ভয়ে সিঁহতক আকোৱালি লৈছিল সিঁহত কি কৰিছিল এই কথা ভাবি। সিঁহতে যীশুৰ উত্থানৰ কথাটো গোপন ৰখাৰ বাৱে সৈন্য ভাৰ কৰিবলৈ সিদ্ধান্ত লৈছিল। তেওঁলোকে বিপুল অর্থৰ বিনিময়ত তেওঁলোকৰ ক্ৰ সন্মানো বেচি দিছিল।GCam 44.1

    ধৰ্মিষ্ট মৃত সকলৰ বহুতোৱে যীশুৰ উত্থানৰ সাক্ষ্য| দিবলৈ উঠি আহিছিল। সেই অনুগ্ৰাহী পুনৰুথিত সাধু সকল গৌৰবান্বিত হৈ উঠি আহিছিল। অকল মাত্র বাছি লোৱা আৰু পবিত্ৰ কেইজন মানুহে আছিল যি সকলে সৃষ্টিৰ পৰা প্ৰতিখন যুগতেই বাস কৰিছিল। আনকি খ্রীষ্টৰ দিনলৈও। যেতিয়া মুখ্য পুৰোহিত আৰু লোক দেখি যাব ধাৰ্মিকসকলে খ্ৰীৱ পুনৰুথানৰ কথাটো ঢাকিবলৈ চেষ্টা কৰি আছিল তেতিয়া ভগৱানে সমাধি স্থানৰ পৰা এটা ছল আনিবলৈ ঠিক কৰিছিল এইটো প্ৰমাণ ক্ৰৰ বাৱে যে যীশুৰ গৌৰৱেৰে উত্থান হৈছিল।GCam 44.2

    বিভিন্ন স্তৰৰ আৰু ৰূপৰ মানুহ বিলাকৰ পুনরুত্থান হৈছিল। পৃথিবীৰ অধিবাসী সকলক তেওঁলোকৰ শক্তি আৰু শান্তি হেৰুৱাই সংখ্যাত কমি আহিছিল। চয়তানৰ বেনাৰ আৰু মৃত্যুৰ ক্ষমতা আছে আৰু প্ৰতি যুগতেই অভিশাপটো অধিক স্পষ্ট হৈ পৰিছে। যি সকলে মোচে আৰু আব্ৰাহামৰ দিনত বাস কৰিছিল, সেই সকলেৰে বেচি মিল আছিল দূত বিলাৰ লগত রূপ, সুস্থিৰতা আৰু বলত। কিন্তু প্ৰতিখন প্ৰজন্মই দূৰ্বল হৈ পৰিছে বিশেয়কৈ বেনাৰৰ প্ৰতি আৰু তেওঁলোকৰ আয়ু হৈ পৰিছে দুটি। চয়তানৰ বেমাৰ আৰু মৃত্যুৰ ক্ষমতা আছে আৰু প্ৰতি যুগতেই অভিশাপটো অধিক স্পষ্ট হৈ পৰিছে। যি সকলে মোচে আৰু এব্ৰাহামৰ দিনত বাস কৰিছিল, সেই সকলোৰে বেচি মিল আছিল দূত বিলাকৰ লগত রূপ, সুস্থিৰতা আৰু বলত। কিন্তু প্ৰতিখন প্ৰজন্মই দূৰ্ববল হৈ পৰিছে বিশেষকৈ বেমাৰৰ প্ৰতি আৰু তেওঁলোকক ত্যক্ত কৰিব লাগে আৰু জাতিটো দূৰ্বল কৰিব লাগে সেয়া শিকি আছে।GCam 45.1

    যীশুৰ ঐশ্বরিক শক্তিৰে সমাধি স্থানৰ পৰা কেইবাজনো উঠি অহাৰ খবৰটো নগৰৰ পৰা নগৰলৈ, শহৰৰ পৰা শহৰলৈ বিয়পি যোৱাত ইহুদী সকল তেওঁলোকৰ জীৱন লৈ শংকিত হৈ উঠিছিল। আৰু লুকাই ৰাখিছিল শিষ্য সকলৰ প্ৰতি থকা তেওঁলোকৰ ঘৃণা। তেওঁলোকৰ একমাত্ৰ আশা আছিল ভুৱা প্রতিবেদন খন বিস্তাৰ কৰোতে। যি সকলে এই মোচেক সঁচা বুলি ধৰি লবলৈ আকাংখ্যা কৰিছিল, সেই সকলে এই টোক বিশ্বাস কৰিছিল। পাইলেটে কপি উঠিছিল কাৰণ তেওঁ বিশ্বাস কৰিছিল যীশুৰ পুনৰুথানৰ কথা। এতিয়া তেওঁ সম্পূর্ণর্বাপে আশ্বস্ত হৈছিল যে তেওঁ যাৰ ওপৰত অপৰাধ কৰিছিল সেৱা কোনো সাধাৰণ মানুহৰ সহজ সেখা আছিল। ভগৱানৰ পুত্ৰ। এতেকে তেওঁ অৰাম লবলৈ অস্বীকাৰ কৰিছিল আৰু তেওঁৰ মৃত্যু আছিল বর্যকে দুর্দশাগ্ৰস্ত।GCam 45.2

    যীশুৰ উত্থানৰ কথা খুনি হেৰডে বৰ সমস্যাত পৰা নাছিল। সি জেনচুৰ জীৱন লৈ ইহুদ সকলক সন্তুষ্ট কৰাত পিটাৰক লৈও মৃত্যুমুখত ঠেলিবলৈ বিচাৰিছিল।GCam 46.1

    অধ্যায় -১৯ৰ শেষাংশ

    * * * * *

    মই দেখিলো যে চয়তানৰ এই সাহসী কামত স্বৰ্গয় দূতবিলাকে ৰোষেৰে কৰি গৈছিল। মই অনুসন্ধান কৰিলো। কিয় এই বোৰৰ প্ৰতাৰণাৰে মানুহবিলাকে যাতনাভোগ কৰিছে যত ঈশ্বৰৰ দূতবিলাকে ইমান ক্ষমতাশালী আৰু পঠোৱা হলে সহজেই শত্ৰুৰ ক্ষমতা নাশ কৰিব পাৰিব। মানুহক নাশ ৰ বাৱে চয়তানৰ প্ৰতিখন পৰিকল্পনাৰ প্ৰতি লক্ষ্য ৰাখি ঈশ্বৰে লিখিত ভাৱে তেখেতৰ বাণী টো প্ৰচাৰ কৰিলে যাতে দুৰ্ব্বলতম মানুহৰও কোনো অসুবিধা নহয়। মানুহক এই বাণীটো দিয়াৰ পিছত ঈশ্বৰ বৰ যতনেৰে বাণীটো সাঁচি থৈছিল যাতে চয়তান আৰু তাৰ দূতবিলাকে তেওঁলোকৰ কোনো প্রতিনিধিৰ যোগেদি এৱা নাশ কৰিব নোৱাৰে। যেতিয়া বাকী গ্ৰন্থবোৰৰ নাশ হৈ যাব পাৰে, এই পবিত্র গ্ৰন্থখন অমৰ হৈ ৰব।GCam 46.2

    ঈশ্বৰ বিশেষকৈ বাইবেলখন সংৰক্ষণ কৰিছিল, তথাপি শিক্ষিত মানুহ বিলাকে যেতিয়া গ্ৰন্থৰ সংখ্যা সীমিত আছিল। কিছু ঠাইত পৰিবৰ্ত্তন আনিছিল এইটো ভাবি যে তেওঁলোকে এইটোক বেচি সহজ কৰি আছিল আৰু তেওঁলোকে সৰল কথাটোক ৰহচ্যনয় কৰি তুলিছিল ঐতিহ্যৰে ঘেৰি থকা তেওঁলোকৰ মতেৰে চলাৰ বাৱে। কিন্তু মই দেখিলো যে ঈশ্বৰৰ বাণীটো সম্পূৰ্ণভাৱে এটা সঠিক শৃঙ্খল যত গ্ৰন্থখনৰ এটা অংশ আনটোৰ ব্যাখ্যা কৰে। সত্যৰ পথেৰে প্রকৃতভাবেৱ যাবলৈ বিচৰা সকলৰ ভুল কৰাৰ প্ৰয়োজন নাই। কাৰণ এই পথটো হৈছে সহজ আৰু সৰল কিয়নো। ঈশ্বৰৰ বাণীত এই পথটো বুজিবলৈ পবিত্র আত্মাক দিয়া হৈছে।GCam 47.1

    মই দেখিলো যে ঈশ্বৰৰ দূতবিলাকে কেতিয়াও ইচ্ছা নিয়ন্ত্রণ কৰিব নোৱাৰে। মানুহৰ আগত ঈশ্বৰে জীৱন আৰু মৃত্যু সংযোগ কৰে। যি তাৰ পথটো বাছিব পাৰে। বহুতোৱে জীৱন বাসনা কৰে কিন্তু বহুল পথেৰে একেদৰে চলি থাকে কাৰণ সিহঁতে জীৱন মনোণীত কৰা নাই।GCam 47.2

    অপৰাধী মানুহৰ বাৱে তেখেতৰ পুত্ৰক মৃত্যুদান দয়াত মই ঈশ্বৰৰ দিয়া আৰু সহানুভূতি দেখিলো যি সকলে মুক্তিৰ পথ বাছি ন লব যিটো বহু মৰ কি হৈছে, তেওঁলোকক অবশ্যেই শাস্তি বিহা হব। প্রাণী বিলাক যি সকলক ঈশ্বৰ সৃষ্টি কৰিলে সেই সকলে তেখেতৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ বাছি ললে। কিন্তু মই দেখিলো যে ঈশ্বৰে সীমাহীন দুভোগ সহ্য কৰিবলৈ তেওঁলোকক আৱদ্ধ ব্ৰা নাছিল। তেখেতে তেওঁলোকক স্বৰ্গলৈ নিব নোৱাৰিলে কাৰণ বিশুদ্ধ আৰু পবিত্ৰ সকলৰ দলত তেওঁলোকৰ অৱস্থা পুৰাপুৰিকৈ দুৰ্দশাগ্ৰস্ত হব। ঈশ্বৰ তেওঁলোকক যাতনা ভোগ কৰিবলৈ ও নি দিয়ে। তেখেতে তেওঁলোক এক্ৰোৰে নাশ কৰিব আৰু তেওঁলোকলৈ ত্ৰাণ কোৱা ঘটাৰ যেন তেওঁলোকে নাছিল আৰু তেনেহলে তেখেতৰ ঠায় সন্তুষ্ট হব। তেখেতে মানুহৰ পৃথিবীৰ ধূৰি পৰা গঠন কৰিলে কিন্তু অবাধ্য আৰু অপবিত্ৰ সকলে জুইৰে গ্ৰাস হব আৰু ধূলিলৈ ঘূৰি যাব এনেদৰে ঈশ্বৰৰ পথেৰে চলিলে পৃথিৱীৰ পৰা বেৱা সকলৰ নাশ হৈ গলে স্বৰ্গীয় দূতবিলাকে কব। আমেন !GCam 47.3

    চয়তানে বৰকৈ সন্তুষ্টিৰে কৰাষ্টেৰ নাম প্ৰচাৰ কৰা সকলৰ ওপৰত দৃষ্টি দিছিল আৰু তাৰ ৰচা এই প্ৰতাৰণাবোৰৰ প্ৰতি ঘনিষ্টভাবে লাগি ধৰিছিল। তাৰ প্ৰতাৰণাবোৰৰ প্ৰতি ঘনিষ্টভাৱে লাগি ধৰিছিল। তাৰ ক্ষমতা বাঢ়ি যোৱাত সি তাৰ প্ৰতিনিধি বৰ্গ, পোপ আৰু পুৰোহিত বিলাক আগুৱাই নিছিল উৎফুল্ল হবলৈ আৰু ঈশ্বৰৰ প্ৰেমী সকলক দুঃখজনক ভাবে উৎপীড়ন কৰিবলৈ মনুষ্য জাতিক লৰাই দিছিল, যি সকলে তাৰ প্ৰতাৰণা বোৰৰ প্ৰতিGCam 48.1

    বশীভূত হবলৈ ইচ্ছা প্ৰকাশ নাছিল। চয়তানে স্ত্রীক্টেৰ অনুৰক্ত শিষ্যবিলাকক নাশৰ বাৱে তাৰ প্ৰতিনিধিবৰ্গক লৰাই দিছিল। চয়তান আৰু তাৰ পতিত দূতবিলাকে উৎফুন্ন প্ৰকাশ কৰি যাতনা ভোগ সিদ্ধ পুৰুষ সকল্পৰ শক্তি বঢ়াবলৈ অহা দূতবিলাকক কলে যি সি হঁতে তেওঁলোকৰ হত্যা কৰিব যাতে এজনো প্ৰকৃত খ্ৰীষ্টান পৃথিৱীৰ বুকুত না থাকে। মই দেখিলে যে সেই সময়ত ঈশ্বৰৰ গীৰ্জা ঘৰখন বিশুদ্ধ আছিল। সেই সময় দূষিত মানৰে গীর্জা ঘৰত অহা সকলৰ বাৱে মানুহবিলাৰে কোনো শংকা নাছিল। কাৰণ এজন প্ৰকৃত খ্রীষ্টানে তেওঁৰ বিশ্বাস ঘোষণা কৰিবলৈ সাহস দেখালে, চয়তান আৰু তাৰ দূতবিলাকে নানা বিধ উৎপীড়নেৰ যিটো মানুহৰ মনত প্ৰৱেশ কৰিব পাৰে সেইটোলৈ শংকাত আছিল।GCam 49.1

    আদি গ্ৰন্থ অধ্যায় ৩, একেল চিয়াচাৰিঢ় ৯:৫, ১২:৭, লিউক ২৯:৩৩, জন ৩, ২৬, ২ টিমোথি ৩:১৫, দৈববাণী ২০:১৪-১৫, ২১:১, ২২:১২-১৯ GCam 49.2

    * * * * *