Loading...
Larger font
Smaller font
Copy
Print
Contents

মহান বিবাদ

 - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First

    অধ্যায় ১৬ - পৌলৰ জেরুজালেম যাত্রা

    পৌলৰ ধৰ্ম্মন্তকৰন কিছু সময় পিচতেই তেওঁ জেৰুজালেমলৈ যাত্ৰা কৰি যীশু আৰু তেখেতৰ মহিমাৰ প্ৰচাৰ নকৰিলে। তেওঁৰ আশ্চৰ্য্যকৰ ধৰ্মান্তকৰণত মুখ্য পুৰোহিত আৰু শাসক বিলাকে ক্রদ্ধ হৈ তেওঁৰ জীৱনটো লব বিচাৰিলে তেওঁক কথা কোৱাৰ বাবে যীশু আকৌ তেওঁৰ ওচৰত দেখা দিলে যেতিয়া তেওঁ প্ৰাৰ্থনা কৰি আছিল আৰু তেওঁক ক’লে, সোনকালে জেৰুজালেমৰ পৰা গুচি যোৱা কাৰণ তেওঁলোকে মোৰ সম্বন্ধীয় কোনো প্রনাম গ্রহণ ন কৰিব, পৌল আগ্রহে প্রভু যীশুক ক’লে, তেওঁলোকে জানে যে আপনোক বিশ্বাস কৰাৰ কাৰণে মোক কাৰাগাৰত বন্দী কৰা হৈছিল আৰু প্ৰতিখন উপাসনা সমাজতেই প্ৰহাৰ কৰা হৈছিল। পৌলে ভাবিলে যে জেৰুজালেমৰ ইহুদী বিলাকে তেওঁৰ প্ৰমানটোত বাধা দিব নোৱাৰিলে কাৰণ তেওঁলোকে কাৰণ তেওঁলোকৰ বিবেচনা মতে ঈশ্বৰৰ শক্তিৰে তেওঁৰ প্ৰমানটো হ’ব পাৰিলে। কিন্তু যীশুৱে তেওঁক ক’লে, গুচি যোৱা কাৰণ মই তোমাক বহুদূৰত জেন্টাইলচলৈ পঠিৱাম।GCam 79.1

    জেৰুজালেমৰ পৰা পৌলৰ অনুপস্থিতিত তেওঁ তেওঁৰ অভিজ্ঞতাৰ সম্বন্ধে আৰু ক্ষমতাশালী প্রমানেৰে বিভিন্ন ঠাইত ঢেৰ চিঠি লিখিলে। কিন্তু কিছুমানে সেই চিঠিবোৰ প্রভৱাটো নাশ কৰাৰ চেষ্টা কৰিলে। তেওঁলোকে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে তেওঁৰ চিঠিবোৰ আছিল দূৰ্বল আৰু তেওঁৰ বক্তৃতা নিন্দনীয়। GCam 79.2

    পৌল এজন পন্ডিত ব্যক্তি আছিল আৰু তেওঁৰ জ্ঞান আৰু আচৰণ শ্ৰোতাসকলক মুগ্ধ কৰিল। পন্ডিত ব্যক্তি সকলে সন্তুষ্ট হৈছিল তেওঁৰ জ্ঞানৰ বাবে আৰু তেওঁলোকৰ মাজত বহুতোৱে যীশুৰ ওপৰত বিশ্বাস কৰিলে। তেওঁ তেওঁৰ বাৰে সকলোকে আনকি ৰজাবিলাককো মুগ্ধ কৰাৰ ফলত পুৰোহিত আৰু বয়স্ক সকলে ক্রদ্ধ হৈ উঠিল। পৌলে অনায়াসে গভীৰ যুক্তি দশাই, সুচিন্তাৰে মানুহৰ ভিৰক তেওঁৰ লগত ল’ব পাৰিছিল আৰু তেওঁলোকক দেখুৱাব পাৰিছিল ঈশ্বৰৰ বিস্ময়কৰ মহিমা আৰু খ্রীষ্টৰ আশ্চৰ্য্যৰ্কৰ প্ৰেম। পিচলৈ তেওঁবোৰ সহজেই ৰাইজৰ বোধবুদ্ধিৰ সৈতে চিনাকি হৈ তেওঁৰ প্ৰৱল ক্ষমতাৰ বলেৰে তেওঁৰ অভিজ্ঞতার বর্ণনা কৰিলে যাতে তেওঁলোকে খ্ৰীষ্টৰ শিষ্য হোৱাৰ বাবে প্রচন্ড ইচ্ছা প্ৰকাশ কৰে।GCam 80.1

    প্ৰভুৱে পৌলৰ ওচৰত প্ৰকাশ কৰিলে যে তেওঁক আকৌ জেৰুজালেমলৈ অবশ্যেই যাব লাগিব যাতে তেওঁ তাত নিজকে আবদ্ধ কৰি তেখেতৰ নামত যাতনা ভোগ কৰিব পাৰে। যদিও তেওঁ বহু সময় ধৰি বন্দী হৈ আছিল তথাপি প্ৰভুৱে তেখেতৰ বিশেষ কাজটো তেওঁৰ যোগেদি আগবঢ়াই আছিল। পৌলৰ সংযোগবোৰ হবলৈ ধৰিছিল খ্ৰীষ্টৰ জ্ঞানৰ বিস্তাৰ কৰাৰ উপায়বোৰ আৰু এতেকে ঈশ্বৰক গৌৰবান্বিত কৰা। যেতিয়া তেওঁক নগৰৰ পৰা নগৰলৈ তেওঁৰবিচাৰৰ বাবে পঠোৱা হৈছিল, যীশু সম্বন্ধীয় প্ৰমান আৰু তেওঁৰ ধৰ্মান্তকৰণৰ প্ৰীতিজনকঘটনাবোৰ ৰজা আৰু শাসনকৰ্ত্তা সকলৰ আগত বৰ্ণনা কৰা হৈছিল যাতে তেওঁলোকে যীশুৰ সম্বন্ধে সাক্ষ্যবিহীন হৈ না থাকে। সহস্রাধিকে তেওঁৰ ওপৰত পৌলৰ যাত্ৰাৰে ঈশ্বৰৰ উদ্দেশ্য সফল হৈছিল য’ত জাহাজেৰ নাবিক সকলে পৌলৰ যোগেদি ঈশ্বৰৰ ক্ষমতাৰ সাক্ষ্য কৰিব পাৰে আৰু যীশুৰ নামেৰে তেওঁৰ ধৰ্মান্তৰিত হ’ব পাৰে। তেওঁ যীশুৰ প্ৰচাৰ কৰি তেওঁৰ প্ৰীতিজনক ঘটনাবোৰ অভিজ্ঞতাৰে তেওঁলোকক আশ্বস্ত কৰিল যে যীশুৱেই হ’ল ঈশ্বৰৰ পুত্ৰ। বহুতাৱে বিস্ময়েৰে পৌলক শুনাৰ সময়তেই এজনে চিঞৰি উঠিল, আপোনি মোক খ্রীষ্টান হ’বলৈ প্ৰায় জোৰ কৰিলে। তথাপি তেওঁলোকেশুনিছিল। দেবী হোৱাত চয়তানে ঈয়াৰ সুবিধা ল’লে। যেতিয়া তেওঁলোকৰ মনটো কোমল আছিল তেওঁলোক সুযোগটোৰ অবহেলা কৰিলে আৰু সেইটো হ’ল চিৰদিনৰ বাবে। ফলস্বৰূপে তেওঁলোকৰ মনটো কঠোৰ হৈ গ’ল। মই দেখিলো যে চয়তানে প্রথমে ইহুদী বিলাকক দৃষ্টিহীন কৰি দিলে যাতে তেওঁলোকে যীশুক ত্রানকর্তারূপে গ্ৰহণ কৰিব নোৱাৰে। পিচলৈ যীশুৰ জীৱন। বাসনাৰ বাবে তেওঁলোকক তেখেতৰ আশ্চৰ্যকৰ কামনাবাৰৰ ঈষাৰ যোগেদি আগুয়াই লৈ যোৱা। চয়তানে যীশুৰ বহুতো শিষ্যৰ জনৰ মাজত প্ৰবেশ কৰি তেওঁক বিশ্বাসঘাতকতাৰে আগুয়াই নি তেওঁলোকৰ হাতত গতাই দিলে আৰু তেওঁলোকে জীৱন আৰু গৌৰৱৰ প্রভুক ক্রচবিদ্ধ কৰিলে। যীশুৱে মৃতাবস্থায় পৰা উঠি অহাৰ পিছত ইহুদী বিলাকে মিথ্যা সাক্ষ্যৰে তেথেকৰ পুনৰুত্থানটো দিগুণৰূপে নিশ্চিত কৰা হ’ল তেখেতৰ লগতে উঠি অহা মানুহৰ এটা জাকৰ সাক্ষ্যৰে।GCam 80.2

    ঈশ্বৰৰ পুত্ৰক গ্রহণ ন কৰাৰ মাধ্যমেৰে আৰু তেওঁলোকৰ হাত যীশুক ক্রচবিদ্ধ কৰাৰ দ্বাৰা চয়তানে ইহুদী বিলাকক ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ বাধ্য কৰিছিল। যীশুৱে ঈশ্বৰৰ পুত্ৰ আৰু পৃথিবীৰ উদ্ধাৰকৰ্ত্তা হোৱাৰ যিমানেই শক্তিশালী প্রমান থাকক কিয় না লাগে, তেওঁলোকে তেখেতক হত্যা কৰিছিল আৰু তেখেতৰ স্বপক্ষে কোনো প্রমাৰ গ্ৰহণ নকৰিলে। তেওঁলোকে খ্রীষ্টৰ শিষ্যবিলাকক আনি আৰু তেওঁলোকক হত্যা কৰি বিদ্রোহ চলাই থাকিল।GCam 82.1

    চয়তানে যীশুৰ হত্যাকাৰী সকলক উচটাই তেওঁলোকৰ যোগেদি শিষ্যবিলাকক আৰু যীশুৰ বিশ্বাসী সকলক বিৰক্ত কৰিলে। যীশু আৰু তেখেতৰ অনুসৰণকাৰী সকলৰ বিৰুদ্ধে চয়তানে ইহুদী বিলাকৰ যোগেদি জেন্টাইলচক লৰাই দিলে। কিন্তু ঈহুৰে তেখেতৰ দূতবিলাকক পঠিৱালে শিষ্যবিলাকক বল দিয়াৰ বাবে যাতে তেওঁলোকে প্ৰমান দিব পাৰে যি তেওঁলোকে দেখিছিল আৰু শুনিছিল।GCam 82.2

    ইহুদীবিলাকে তাৰ ফাঁদত সুন(ত হৈ থকাত চয়তানে আনন্দিত হ’ল। যেতিয়া যীশু ত্রুচৰ পৰা ওলমি ত্রুন্দনেৰে ক’লে, গোটেই শেষ হৈ গ’ল। মন্দিৰৰ ভাঙ্গি যোৱা অৱস্থা হোৱাত এইটোৱে দর্শায় যে ঈশ্বৰ আৰু কেতিয়াও পুৰোহিত বিলাকৰ সৈতে সাক্ষ্যাৎ ন কৰে তেওঁলোকৰ উৎসর্গ আৰু ৰীতিবোৰ লবলৈ আৰু এইটো দেখুৱাবলৈ যে ইহুদীবিলাকে আৰু জেন্টাইলচৰ মাজত বিভাজন প্রাচীৰখন ভাঙ্গি গৈছিল। তেওঁলোকে ৰক্ষা পাবলৈ হ’লে একমাত্র উপায় হ’ল যীশুৰ ওপৰত বিশ্বাস কৰা। কাৰণ তেখেতেই পৃথিৱীৰ এানকতাৰ ৰূপত তেওঁলোকৰ পাপসমূহ আঁতৰাৰ পাৰিব তেখেতৰ উৎসৰ্গৰ মাধ্যমেৰে।GCam 82.3

    যেতিয়া যীশু ক্রসেৰেপৰা ওলমিলে যেনে সৈন্য এজনে তেওঁৰ কাষটো বাৰে বিন্ধালে দু’টা স্পষ্ট ধাৰাত তেজ আৰু পানী ওলাই আহে। ওলাই অহা তেজেৰে যীশুৰ নামত বিশ্বাস কৰা সকলৰ পাপ সমূহ ধুৱাই দিয়ে আৰু পানীটো বুজায়ে পৰা পোৱা জীৱন্ত পানী যিটোৱে তেখেতৰ বিশ্বাসীসকলক জীৱন দিয়ে।GCam 83.1

    মেথিউ ২৭ ৫১( জন ১৯ ৩৪ এক্টচ্ অধ্যায় ২৪ আৰু ২৬GCam 83.2