Loading...
Larger font
Smaller font
Copy
Print
Contents

মহান বিবাদ

 - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First

    অধ্যায়e ১৭ - মহানস্বধৰ্ম্মত্যাগ

    মোক সেই সময়লৈ লৈ যোৱা হয় যেতিয়া অধৰ্ম্মী পূজক। সকলে খ্ৰীষ্টান সকলক তেওঁলোকৰ বোৰত পেলাই হত্যা কৰিলে। সম্ৰান্ত, পন্ডিত খ্ৰীষ্টান আৰু সাধাৰণ মানুহ বোৰক একেই দৰে হত্যা কৰা শয়। ধনী পৰিয়াল সমূহক দুখীয়া অৱস্থাত অনা হ’ল কাৰণ তেওঁলোকে তেওঁলোকৰ ধৰ্ম্মত্যাগ ন কৰে।GCam 84.1

    খ্রীষ্টান সকলে বোৰ আৰু যাতনা ভোগ কৰিলেও তেওঁলোকে আদর্শ তললৈ ন মানিলে। মই দেখিলো যে ঈশ্বৰৰ মানুহবিলাকৰ যাতনা ভোগত চয়তানে উল্লাসিত হ’ল। কিন্তু সি সন্তুষ্ট নাছিল কাৰণ সি বিচাৰিছিল মন আৰু দেহ উভয়ৰেই নিয়ন্ত্রণ। খ্রীষ্টান সকলে যাতনা ভোগেৰে প্ৰভুৰ ওচৰ চাপি আহিল যিটোৱে তেওঁলোকেৰ মাজত প্ৰেম বঢ়াই দিলে। চয়তানে ঈশ্বৰক অসন্তষ্ট কৰাৰ বাবে তেওঁলোকক আগুয়াই নিবলৈ ইচ্ছা প্রকাশ কৰিলে যাতে তেওঁলোকৰ বল, কষ্ট সহিষ্ণুতা আদি হেৰুৱাই যায়। চয়তানে দেখিলে যে তাৰ পৰা আঁতৰি যোৱো প্রজাসকলে ৰোষ আৰু মৃত্যু মুখত পৰিলেও তেওঁলোকে যীশু খ্রীষ্টৰ ওচৰত নিৰাপদত আছিল। চয়তানে অধৰ্ম্মী প্রতিমাপূজক সকলক খ্ৰীষ্টান। বিশ্বাসক আংশিক ভাৱে আকোৱাই লবলৈ আগুয়াই নিলে। তেওঁলোকে মনৰ কোনো পৰিবৰ্ত্তন অবিহনেই খ্রীষ্টৰ ক্রচবিদ্ধ হোৱা আৰু পুনৰুত্থানক বিশ্বাস কৰিবলৈ ব্যক্ত কৰিলে আৰু যীশুৰ শিষ্যবিলাকৰ সৈতে একেলগ হোৱাৰ প্ৰস্তাব আগ বঢ়ালে। এৱালৈ গীর্জার্মন্ডলিটো ভয়াবহ সংকটত কৰিছিল। চয়তানে বাইবেলৰ শিক্ষাটোক দূষিত কৰিবলৈ বিচাৰি আছিল। অৱশেষত মই দেখিলো যে ইয়াৰ স্তৰটো নামি আহিল আৰু অধৰ্ম্মীবোৰে খ্ৰীষ্টান সকলৰ সৈতে একেলগলৈ আছিল। এই প্রতিমা পূজক সকলে অকল পূজাৰ সামগ্ৰীৰে পৰিবৰ্তন কৰিল। এতিয়া তেওঁলোকে সিদ্ধ পুৰুষ, আনকি খ্ৰীষ্ট আৰু তেখেতৰ মাতৃবেৰীৰ মুৰ্ত্তিবোৰক পূজা কৰিবলৈ ধৰিল। খ্ৰীষ্টান সকলে ক্রমে ক্রমে তেওঁলোকৰ সৈতে একেলগ হ’ল। ইয়াৰ ফলস্বৰূপে খ্রীষ্টান ধৰ্মটো দূষিত লৈ গল আৰু গীর্জাঘৰখন ইয়াৰ বিশুদ্ধতা আৰু শক্তি হোৱুৱালে। কিছুসংখ্যকে তেওঁলোকৰ সৈতে একেলগ হবলৈ মান্তি ন হ’ল আৰু তেওঁলোকৰ বিশুদ্ধতা সাঁচি হৈ অকল ঈশ্বৰকহে পূজা কৰিল।GCam 84.2

    বহুতোৰে মৃত্যু হোৱাত চয়তানে উল্লাসিত হ’ল আৰু তাৰ পিচত গীর্জা ঘৰখনক লৰাই ধৰ্ম্মৰ বিশুদ্ধতা ৰক্ষা কৰা সকলোকে বাধ্য কৰিলে তেওঁলোকৰ ৰীতিনীতি বোৰ মানিবলৈ আৰু মূৰ্ত্তি পূজা কৰিবলৈ বা সিঁহতক মৃত্যু মুখত ঠেলি দিবলৈ। এইদৰে যীশু প্রকৃত গীর্জা ঘৰ খনৰবিৰুদ্ধে উঁইৰ ৰোষ জ্বলোৱা হ’ল আৰু অসংখ্য মানুহৰ নিৰ্দ্দয় মৃত্যু হ’ল।GCam 85.1

    প্ৰতিমা সকলৰ টো ডাঙৰ দলে এখন ক’লা পতাকা লৈ। আনিল য’ত অঁকা আছিল বেলি, চন্দ্ৰ আৰক্র তৰাবেৰৰ আকৃতি সমূহ। এই লিটো কবৰকৈ হিংস্ৰ আৰু ক্রদ্ধ যেন লাগিল। আন এটা দলে লৈ আনিল বগা পতাকা য’ত লিখা আছিল বিশুদ্ধতা আৰু প্ৰভুৰ প্রতি পবিত্রতা। তেওঁলোকৰ চেহেৰাবোৰ দৃঢ়তা আৰু স্ববৰ্গীয় নিৰ্ভৰতাৰে চিহ্নিত লৈ আছিল। মই দেখিলো যে প্রতিমা পূজক সকলে তেওঁলোকৰ ওচৰ চাপি অহাত এটা প্ৰকান্ড হত্যাকান্ড সংঘটিত হ’ল। ইয়াত খ্রীষ্টান সকলে তেওঁলোকৰ আগত বশীভূত হলৈও পিচলৈ অগ্ৰসৰ লৈ অধিক দৃঢ়তাৰে পতাকাখন ধৰি ৰাখিল। যেনে বহুতোৰ পতন হ’ল, তেনেদৰে আনবোৰে পতাকাৰ চাৰিওকাসে একেলগ হৈ সিহঁতৰ স্থান পূৰণ কৰিল।GCam 85.2

    মই প্ৰতিমা পূজাকৰ দলটোক আলোচনাত বহা দেখিলো। তেওঁলোকে খ্ৰীষ্টানসকলক বশীভূত কৰাত ব্যৰ্থ হ’ল আৰু আন এটা পৰিকল্পনা ৰচিবলৈ সন্মত হ’ল। তেওঁলোকৰ দিয়া প্ৰস্তাৱত খ্ৰীষ্টান সকলে মান্তি হ’ল। পিচলৈ খ্ৰীষ্টান দলটোক হৈ আলোচনা কৰা দেখিলো। কিছু সংখ্যকে মান্তি হ’লেও বাকী বোৰে এই পৰিকল্পনা খনৰ বশীভূত নহৈ, পতাকাখনৰ অৱমাননা ন কৰি এয়া ধৰি ৰাখি মৃত্যুক আকোৱালি লবলৈ স্থিৰ কৰিলে। মই দেখিলো যে ব্যক্তি বিশেষে বিশুদ্ধ পতাকা বহণকারী দলটোক এৰি প্রতিমা পূজক সকলৰ সৈতে ক’লা পতাকাৰ তলত একেলগ হ’ল সেই ‘কলক উৎপীড়ন কৰিবলৈ যি সকলে বগা পতাকাখন বহণ কৰিছিল। এইদৰে বহুতোকে হত্যা কৰা হ’ল যদিও বগা পতাকাখনক মর্যাদাৰে ধৰি ৰাখা হ’ল আৰু ব্যক্তি বিশেষে ইয়াৰ চাৰিওকাষে উঠি আহিল।GCam 86.1

    ইহুদীবিলাক যি সকলে যীশুৰ বিৰুদ্ধে অধৰ্ম্মীসকলৰ ক্ৰোধ জগালে পলাই সাৰিব নোৱাৰে। বিচাৰ সভাত বলিয়া ইহুদীবিলাকে চিঞৰি ক’লে, পাইলেটে যীশুক দোষারোপ কৰিবলৈ ইতস্ততঃ কৰা তেওঁৰ তেজ যেন আমাৰ আৰু আমাৰ সন্তান সকলৰ ওপৰত পৰে। প্ৰতিমাপূজকবিলাক আৰু খ্রীষ্টান সকলে একেই দৰে তেওঁলোকৰ শত্ৰু আছিল। সেই ব্যক্তি হোৱা খ্রীষ্টান সকলে ক্রচ প্ৰতি থকা তেওঁলোকৰ প্রচন্ড আগ্রহ লৈ ভাবিল যে ক্রচবিদ্ধ কাৰী ইহুদীবিলাকক তেওঁলোকে যিমানেই যাতনা ভোগ কৰিব পাৰিব। সিমানেই তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব পাৰিব। অবিশ্বাসী ইহুদীবিলাকৰ মাজত বহুতোকে হত্যা কৰা হ’ল আৰু প্ৰায় সকলো প্ৰকাৰে শাস্তি দিয়া হ’ল।GCam 87.1

    খ্রীষ্টৰ তেজ আৰু শিষ্যবিলাকৰ, যি সকলক তেওঁলোকে মৃত্যুমুখত ঠেলি দিছিল তেওঁলোকৰ তেজ তেওঁলোকৰ ওপৰত। আছিল আৰু তেওঁলোকক ভয়াবহ শাস্তিৰে দন্ডিত কৰা হয়। ঈশ্বৰৰ শাপ তেওঁলোকক অনুসৰণ কৰিল আৰু তেওঁলোকে অধৰ্ম্মী বিলাক আৰু খ্ৰীষ্টানসকলৰ ওপৰত বৰকৈ বেয়া ৰূপত দেখা দিলে। তেওঁলোকক এনেদৰে বৰ্জন, অৱনমন আৰু ঘৃণা কৰা হয় যেন। কেইনৰ কলংকচিন তেওঁলোকৰ ওপৰত আছিল। তথাপি মই দেখিলো যে ঈশ্বৰ বিস্ময়কৰ ভাবে এই মানুহ বিলাকক সুরাক্ষা দিলে আৰু পৃথিবীৰ চাৰিওফালে সিঁচৰিত হ’ল যাতে বিশেষকৈ ঈশ্বৰৰ শাপেৰে তেওঁলোকৰ ওপৰত দৃষ্টি দিয়া হয়। মই দেখিলো যে ঈশ্বৰ ইহুদী বিলাকক এটা জাতিৰূপে ত্যাগ কৰিছিল, তথাপি তেওঁলোকৰ মাজতে এটা অংশ আছিল যি সকলে ছলেৰে তেওঁলোকক মনটো খন্ডন কৰিবলৈ সক্ষম হ’ব। আকৌ কিছু সংখ্যকে তেওঁলোকৰ সম্বন্ধে ভবিষ্যতবাণীবোৰ পূৰ্ণ হোৱা দেখি যীশুক জগত্ৰ ত্ৰাণকৰ্ত্তাৰূপে গ্ৰহণ কৰিব। তেওঁলোকৰ জাতিৰ মহাপাপটো দেখিব,ইহুদী বিলাকৰ মাজত কিছু ব্যক্তিৰ ধৰ্ম্মন্তকৰন হ’ব, কিন্তু জাতি হিচাপে তেওঁলোকে চিৰকাৰ বাবে ঈশ্বৰৰ দ্বারা পৰিত্যাক্ত হৈ থাকিব।GCam 87.2