অধ্যায় ৩ - আদিগ্রন্থ
মুক্তিৰ উপায়
দুখেৰে ভৰি গৈছিল স্বৰ্গর্থন এই অনুভূতিত যে মানুহ হেৰুৱাই গৈছে আৰু যাতনা, ব্যাধি, মৃত্যুৰে অভিশাপগ্ৰস্ত নশ্বৰাৰ ভগৱানে সৃষ্টি কৰা পৃথিবী খন পূর্ণ হব। অপৰাধীৰ পলাই যোৱাৰ কোনো পথ নাছিল। আদমৰ গোইটে পৰিয়ালটোৰ মৃত্যু অবধাৰিত। সেই অবস্থাত তাৰ সমৰ্থনত যীশুৱে সহানুভূতি আৰু দুখ প্ৰকাশ কৰিছিল। যীশুৰ লগত তেওঁৰ পিতৃদেৱৰ আলাপ চলাকালীন দেবদূত সকলৰ চিন্তা যেন অতিশয় বৃদ্ধি পাইছিল। কিন্তু কোনো জটিলতা আৰু সমস্যা অবিহনে তেওঁৰ আলাপ আছিল সুধিল। তাৰ পিতৃতে তেওঁ দেবদূত বিলাকক জনালে যে হেৰুৱাই যোৱা মানুহৰ মুক্তিৰ নটি পথ উলিৱাব পৰা গৈছে। তেখেত সকলক তেওঁ জনালে যে পিতৃদেৱক যুক্তি দর্শাই স্বৰ্গীয় জীৱনৰ ক্ষতিপূৰনেৰে আৰু মৃত্যুদণ্ড নিজৰ ওপৰত ল’লে তাৰ মাধ্যমত মানুহৰ দোষ মাৰ্জ্জনা হব পাৰে। তেওঁৰ তেজৰ গুণেৰে আৰু ভগৱানক অনুসৰনৰ মাধ্যমে সিঁহত ভগৱানৰ অনুগ্ৰহ পাব পাৰে। প্রত্যেকে সিঁহতক ধুনীয়া উদ্যান খনত আনি সঞ্জীৱনী গছ জোপাৰ ফল খোৱাব পৰা যাব পাৰে।GCam 5.1
প্রথমে মুক্তিৰ উপায়েৰে এই সন্ধান পাই দেবদূত বিলাক সুখী হোৱা নাছিল কাৰণ আদেশকাৰীৰ একোৱে তেওঁ সকলৰ পৰা লুকোৱাই ৰখা নাই। যত তেওঁলোকক কলে যে তেওঁ ভগৱানৰ ক্রোধ আৰু অপৰাধী মানুহৰ মাজত থিয় দি সকলো অবিচাৰ আৰু অবজ্ঞা সহ্য কৰিব যদিও খুব কম সংখ্যকেই তেওঁক ভগৱানৰ পুত্ৰ হিচাবে গ্ৰহন কৰিব। প্ৰায় সকলেই তেওঁক ঘৃণা আৰু পৰিত্যাগ কৰিব। তেওঁৰ সকলো মহিমা স্বৰ্গত এৰি আহি তেওঁ পৃথিবী লৈ মানুহ হিচাবে ভুমুকি মাৰিব। অকল শাৰীৰিক যাতনান হয় তেওঁ মানসিক যাতনাৰ পৰাও ভুগিব যিটোক শৰীৰৰ যাতনাৰ লগত কোনো প্ৰকাৰেই তুলনা কৰিব পৰা ন যায়। গোটেই পৃথিৱী খনৰ পাপৰ বোজা তেওঁৰ ওপৰত পৰিব। তেওঁ দেবদূতবিলাকক কলে যে তেওঁৰ মৃত্যু হব আৰু তৃতীয় দিনাই তেওঁৰ উত্থান হব। তেওঁ পিতৃদেৱৰ কৰি চাপিব অপৰাধী মানুহৰ হৈ মধ্যস্থতা কৰাৰ বাৱে।GCam 5.2
দেবদূত বিলাকে তেওঁলোকৰ জীৱনদান দিব বিচাৰিলে যীশুৱে কলে যে তেওঁ নিজৰ মৃত্যুৰ মাধ্যমেৰে বহুতোক বচাব পাৰিব আৰু এজন দেবদূতৰ জীৱন সেই ঋণ পৰিশোধ কৰিব নোৱাৰিলে হেতেন।GCam 6.1
যীশুৱে এয়াও তেওঁলোকৰো কলে যে তেওঁলোককও এটি দায়বদ্ধতা আছে আৰু সেইমতে তেওঁক সমস্ত দি বিভিন্ন সময়ত তেওঁৰ বল বঢ়োৱা উচিত। তেওঁৰ অৱমাননা আৰু গভীৰ যন্ত্ৰনাত তেওঁলোক সাক্ষী হৈ থাকিব লাগে, এই সাক্ষাত গভীৰ আৱেগেৰে তেওঁলোক উঠিব আৰু তেওঁৰ প্ৰতি থকা তেওঁলোকৰ প্ৰেমৰ বাৱে হত্যাকাৰীৰ পৰা তেওঁৰ উদ্ধাৰ কৰিব বিচাৰিব। কিন্তু তেওঁলোকৰ দৰ্শনত কোনো ব্যাঘাত ন ঘটাই তেওঁৰ পুনৰস্থানত তেওঁলোক অংশ লব লাগে যাতে ভগৱানে গ্ৰহণ মুক্তি ওপৰিও পৰিকল্পিত ৰূপ লয়।GCam 6.2
প্রকৃত দুখেৰে যীশুৱে দেবদূতবিলাকক সান্তনা দি উৎসাহিত কৰিলে আৰু তেওঁলোকক জনালে যে এতিয়াৰ পৰা যি সকলক তেওঁ উদ্ধাৰ কৰিব সেই সকলেই চিৰদিনৰ বাৱে তেওঁৰ লগত থাকি। তেওঁৰ পিতৃদেৱ তেওঁক ৰাজত্ব আৰু গোটেই স্বৰ্গৰ অধীনত থকা ৰাজত্বৰ মহিমা প্ৰদান কৰিব যাতে এইটোক সদায়ৰ বাৱে তেওঁক ধৰি ৰাখিব পাৰে। যীশুৱে স্বৰ্গীয় দেবদূত সকলৰ আদেশ কৰিলে পিতৃদেৱে গ্ৰহন কৰা পৰিকল্পনাত মিলিত হবলৈ আৰু আনন্দ প্ৰকাশ কৰিবলৈ যাতে তেওঁৰ মৃত্যুৰ নাশ হৈ যোৱা মানুহৰ পুনৰ প্ৰশংসা হয় আৰু ভগৱানৰ অনুগ্রহ পাই স্বৰ্গখন উপভোগ কৰিব পাৰে।GCam 7.1
তাৰ পিছত অবর্ণনীয় হৰ্ষোউল্লাসেৰে স্বৰ্গখন ভৰি উঠিল। আৰু স্বৰ্গীয় দেবদূত বিলাকে প্ৰশংসাৰ সঙ্গীত গালে। কিয়নো বিদ্ৰোহী সকলৰ নাশৰ বাৱে ভগৱানেৰ সৌজন্য দোজ তেওঁৰ অতি প্রিয় পাত্ৰৰ মৃত্যুত ৰাজি হল। আনসকলোক জীৱন দিয়াৰ বাৱে যীশুৰ স্বীকাৰোক্তি আৰু স্বাৰ্থ ত্যাগেৰে পিতৃদেৱেৰ কোলাৰ পৰা ওলাই আহি যন্ত্ৰণা আৰু ক্লেশৰ জীৱন বাছি লৈ মৃত্যুৰ সবটি লোৱাৰ বাৱে প্ৰশংসাৰ বৰ্ষণ হবলৈ ধৰিল।GCam 7.2
দেবদূতে কলে যে ভাবিব পৰা ন গলেও অপৰাধী মানুহৰ নাশ হবলৈ দি নে প্ৰিয় পুত্ৰৰ মৃত্যু পথত ঠেলি দিব। এয়া লৈও ভগৱানক সংগ্রাম কৰিব লগা হৈছিল মানুহৰ মুক্তিলৈ দেবদূত বিলাকৰ প্ৰৱল আগ্ৰহ থাকিলেও সত্য খিনি যথেষ্ট নাছিল। মোৰ সঙ্গী দেবদূত জনে কলে যে, অপৰাধ ইমানে গুৰুতৰ আছিল যে এজন দেবদূতৰ জীৱন দি ঋণ পৰিশোধ কৰা না যাব। অকল আৰু অকল ভগৱানৰ পুত্ৰৰ মৃত্যুৰেই হেৰুৱাই যোৱা মানুহক আশাহীন দুখ আৰু যন্ত্ৰণাৰ পৰা ৰা কৰা যাব।GCam 8.1
কিন্তু দেবদূত বিলাকক কিছুমান কামত যেনে ভগৱান পুত্ৰৰ যন্ত্ৰণাত আৰু সেৱা উপশমত সাতনাৰ কামত নিযুক্ত কৰা হল। মই এয়া বুজিলো যে হেৰুৱাই যোৱা, মৰণশীল মানুহক ৰক্ষা কবাব বাৱে ভগবানে তেওঁৰ আইন পৰিবৰ্তন কৰাটো অসম্ভব আছিল। এতেকে তেওঁ মানুহৰ অপৰাধ লাঘৱৰ বাৱে তেওঁৰ পুত্ৰৰ মৃত্যুৰ যন্ত্ৰণা ভোগ কৰিব লগা হল।GCam 8.2
মানুহৰ পতন ঘটাই আৰু ভগৱান পুত্ৰক তেওঁৰ শীৰ্ষস্থানৰ পৰা নমাই আনি চায়তানে আকৌ তেওঁৰ দেবদূত বিলাৰ সৈতে উল্লাস প্রকাশ কৰিল। তেওঁদেবদূত বিলাকক তেওঁকলে যে যীশুৱে পতিত মানুহৰ স্থান ললে তেওঁক ক্ষমতাহীন কৰি মুক্তিৰ উপায়ত বাধা সৃষ্টি কৰা যাব।GCam 8.3
চয়তানৰ মাজত মোক দেখুৱাই দিয়া হল এজন সুখী, প্রশংসিত দেবদূতক। তেওঁ এতিয়াও এজন ৰজাৰ ৰাপ ধাৰণ কৰি আছে। এজন নষ্ট দেবদূত হোৱা বাৱে মহান ৰূপ পালেও তাৰে মাজতে দেখা গৈছে তেওঁৰ বিৰক্তি, যতন, দুখ, হিংসা, ঘৃণা আৰু সকলো পাপ, মই বুজিলে যে তেওঁৱে বেয়া কামবোৰ ইমানেই দীর্ঘ দিনৰ পৰা চলাই আছিল। যে তেওঁৰ ভাল গুণবোৰ ও তলত পৰি গৈছিল আৰু বেয়া কামৰ উন্নতিৰ দিশলৈ আগবাঢ়ি গৈছিল। গভীৰ চিভাত মগ্ন হৈ থকা অৱস্থাত তেওঁৰ চেহেৰাৰ পৰা হাঁহি ওলাই আহিল যিটো চাই মই কঁপি ওঠিলো। এই হাঁহিটো আছিল অনিষ্টকাৰী আৰু চয়তানী ধূর্ততাৰে ভৰা ̶̶ ̶ যিটো আহে তেওঁৰ শিকাৰ নিশ্চিত কৰাৰ ঠিক অগত আৰু তীব্ৰতৰ হৈ উঠে শিকাৰক ফাঁদত পেলোৱাৰ লগে লগে।GCam 9.1
ইচাইৱা অধ্যা ৫৩ দেখক
১০ অধ্যায়, ১২ অধ্যায় ১৪GCam 9.2