Loading...
Larger font
Smaller font
Copy
Print
Contents

মহান বিবাদ

 - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    অধ্যায় ৩৩ - বেবিলনৰ পাপ সমূহ

    মই বিভিন্ন গীর্জা ঘৰৰ অৱস্থা দেখিলো সেইবোৰৰ পতন দ্বিতীয় দূতৰ ঘোষণাৰ পিচৰ পৰা। তেওঁলোকে আৰু বৰকৈ ভ্ৰষ্ট হৈ আছে, তথাপি তেওঁলোক খ্রীষ্টৰ শিষ্য হোৱাৰ নাম বহন কৰে। জগতৰ পৰা তেওঁলোকক বেলেগ কৰা অসম্ভব। তেওঁলোকৰ ধৰ্ম্মচাৰ্য্য বিলাকে বাইবেলৰ পৰা তেওঁলোকৰ শাস্ত্ৰৰ ভাগটো লয়। কিন্তু কোমল বিষয়বোৰ প্ৰচাৰ কৰে। এয়ালৈ স্বাভাবিক হৃদয়খন। কোনো আপত্তি অনুভব ন কৰে। এইটো অকল সত্যৰ আত্মা আৰু ক্ষমতা, আৰু খ্ৰীষ্টৰ মুক্তি যি কামজণিত হৃদয়ৰ ওচৰত ঘৃণনীয়। পৰিচর্যাকাৰ্য্যত একোৱে নাই যিটো চয়তানৰ ক্ৰোধ উদঙাই দিয়ে, পাপীক জোকাৰে, বা হৃদয় আৰু বিবেকত ততালিকে অহা এটা বিচাৰৰ ভয়ানক বাস্তবত প্রয়োগ কৰে। দুষ্ট মানুহবিলাকে সাধাৰণভাবে প্রকৃত ঈশ্বৰত ভক্তি অবিহনে এটা ধৰ্মানুষ্ঠান লৈ সন্তুষ্ট, আৰু তেনেকোৱা এটা ধৰ্মক সহায় আৰু সমৰ্থন কৰিব। দূতে কলে, ধৰ্ম্মনিষ্ঠাৰ গোটেই জাখৰৰ পৰা কম একোৱেই অতিক্ৰম কৰিব নোৱাৰে। আৰু এন্ধাৰৰ ক্ষমতাবোৰৰ ওপৰত জয় ধৰি ৰাখিব নোৱাৰে। এটা দল হিচাপে চয়তানে গীর্জাঘৰবোৰৰ সম্পূৰ্ণ দখল লৈছে। মানুহবিলাকৰ কথাবোৰ আৰু কাৰ্য্যকলাপৰ ওপৰত ঈশ্বৰৰ কথাৰ চোকা সত্যবোৰৰ পৰিবর্তে উত্থাপন কৰা হয়। দূতে কলে, জগতৰ বন্ধুতা আৰু উদ্যম ঈশ্বৰৰ সৈতে শত্ৰুতাত আছে। যেতিয়া সত্য তাৰ সৰলতা আৰু বলত, যেনে এয়া যীশুৰ ভিতৰত আছে, জগতৰ উদ্যমৰ বিৰূদ্ধে বহন কৰিবলৈ আনা হয়। এয়া উৎপীড়নৰ উদ্যমটোক ততালিক উদ্ গাই দিয়ে। বহুতোৱে যি সকলে খ্ৰীষ্টান হবলৈ খুলাখুলিকৈ ঘোষণা কৰে, ঈশ্বৰক জনা নাই। স্বভাবিক হৃদয়ৰ চৰিত্ৰ পৰিবর্ত্তিত হোৱা নাই আৰু মানুহৰ কামজণিত মনটো ঈশ্বৰৰ সৈতে শত্ৰুতাতেই স্থিৰ থাকে। তেওঁলোকে আৰু এটা নাম লৈ ভাও ধৰিলেও তেওঁলোক হৈছে চয়তানৰ আপোন বিশ্বস্ত সেৱক।GCam 177.1

    মই দেখিলো যে স্বর্গীয় ধৰ্ম্মমন্দিৰত যীশুৰ পবিত্ৰ স্থান এৰি অহাৰ, আৰু দ্বিতীয় আৱৰণৰ মাজত প্ৰৱেশ কৰাৰ পিচৰ পৰা গীৰ্জাঘৰ আৱৰনৰ মাজত প্ৰৱেশ কৰাৰ পিচৰ পৰা গীর্জঘৰবোৰ পৰিত্যাক্ত হল। যেনে ইহুদীবিলাক আছিল( আৰু সেইবোৰ সকলো বিধৰ অশুচি আৰু ঘৃণনীয় মানুহবিলাকৰে পুৰোৱা হৈ আছিল। মই দেখিলো গীৰ্জাঘৰবোৰত অত্যন্ত অনাচাৰ আৰু নীচালি, তথাপি তেওঁলোকে খ্রীষ্টৰ হোৱাৰ ভাওধৰে। তেওঁলোকৰ ব্যক্ত কৰণ, তেওঁলোকৰ উদ্‌গনি হৈছে ঈশ্বৰৰ দৃষ্টিত এটা ঘিন লগা বস্তু। দূতে কলে, ঈশ্বৰ তেওঁলোকৰ মজলিচবোৰৰ পৰা আঁতৰি থাকব। আত্মগ্রহীতা, ফাঁকি আৰু প্ৰবঞ্চনা বিবেক শক্তিৰ তিৰস্কাৰ অবিহনে তেওঁলোকৰ দ্বাৰা অভ্যাস কৰা হয়। আৰু তেওঁলোকৰ এই বোৰ বেৰা বিশেষ লক্ষণৰ ওপৰত তেওঁলোকে ধৰ্ম্মৰ আৱৰণ নিক্ষেপ কৰে। মোক নামমাত্র গীৰ্জাঘৰ বোৰৰ গপ দেখুওৱা হল। তেওঁলোকৰ ভাৱনাবোৰত ঈশ্বৰ নাছিল( কিন্তু তেওঁলোকৰ কাম জণিত মন আপোনাসকলৰ ওপৰতেই উত্থাপন কৰে। তেওঁলোকে তেওঁলোকৰ দুখীয়া মৰদেহবোৰক সজায় আৰু তাৰপিচত আপনা সকলৰ ওপৰত সন্তোষ আৰু আনন্দেৰে দৃষ্টি দিয়ে। যীশু আৰু দূতবিলাকে ক্রোধেৰে তেওঁলোকৰ ওপৰত দৃষ্টি দিলে। দূতে কলে তেওঁলোকৰ পাপসমূহ আৰু গপ স্বৰ্গলৈ উপস্থিত হৈছে। তেওঁলোকৰ ডোখৰ খন তৈয়াৰ কৰা আছে। বিচাৰ আৰু বিচাৰ শক্তি দীঘলীয়া সময়লৈ শুই আছে। কিন্তু সোনকালেই জাগিব। প্রতিশোধ হৈছে মোৰ আৰু মই ইয়াৰ পোতক তোলিম, প্রভুৰে কলে। তৃতীয় দূতৰ ভয়ানক ভাবুকিবোৰ বাস্তৱৰ ৰূপ লব আৰু তেওঁলোকে ঈশ্বৰৰ কোপত পৰিব। অনিষ্টকাৰী দূতবিলাকৰ অসংখ্য দলে নিজসকলক গোটেই দেশৰ ওপৰত বিস্তাৰ কৰি আছে। গীর্জা ঘৰ আৰু ধাৰ্ম্মিক দলবোৰ তেওঁলোকৰ চাৰিওফালে আৱৰিছে। তেওঁলোকে উল্লাসৰ সৈতে ধাৰ্ম্মিক দলবোৰৰ ওপৰত দৃষ্টি দিয়ে, কাৰণ ধৰ্ম্মৰ আবৱৰ অত্যন্ত গুৰুতৰ অপৰাধবোৰ আৰু অনাচাৰ ঢাকি থয়।GCam 178.1

    গাটেই স্বৰ্গখন ঘৃণাৰ সৈতে ঈশ্বৰৰ কাৰিকৰি মনুষ্য জাকি। দেখে, অধোগতিৰ একেবাৰে তলৰ খাপত নামি গৈছে, আৰু তেওঁলোকৰ স্বজাতীয় লোকৰ দ্বাৰা পশুৰ দৰে প্ৰাণীৰ স্তৰত স্থাপিত হৈছে। সেই প্রয় ত্রাণকর্তাৰ স্বীকৃত শিষ্যবিলাক, যাৰ দয়া সদায়ে লৰচৰ কৰে যেনে তেখেতে মানুহৰ যাতনা নিজ চকুৰে দেখে, আন্তৰিক হৈ এই বিশাল আৰু দুঃখজনক পাপত আবদ্ধ হয়, আৰু দাস বিলাক আৰু মানুহবিলাকৰ আত্মাৰ কাৰবাৰ কৰে। দূতবিলাকে ইয়াৰ গোটেই বোৰ বহীত লিখি থৈছে। এয়া কিতাপত লিখা হৈছে। ধাৰ্ম্মিক দাস সকলৰ, পিতৃ-মাতৃ আৰু সন্তানবিলাকৰ, ভাই আৰু ভনী বিলাকৰ চকুপানী, গোটেই খিনিৱে স্বৰ্গত বােতল বন্দী কৰি থোৱা হৈছে। যাতনা, মানব যাতনা, এক ঠাইৰ পৰা আনলৈ কঢ়িৰাই লোৱা হয়, কিনা আৰু বেচা হয়। ঈশ্বৰ তেখেতৰ ক্রোধ ধৰি ৰাখিব কিন্তু আৰু অলপ সময়ৰ বাৱে। তাৰ ক্রোধ এই জাতিৰ বিৰূদ্ধে জ্বলি উঠে আৰু বিশেষকৈ সেই ধাৰ্ম্মিক দলবোৰৰ বিৰূদ্ধে যি বিলাকে অনুমোদন কৰিছে আৰু নিজ সকলে এই ভয়ানক বেপাৰত লিপ্ত হৈছে। এনেকোৱা অবিচাৰ, এনেকোৱা অত্যাচাৰ, এনেকোৱা যাতনা, নম্ৰ আৰু বিনীত যীশুৰ স্বীকৃত শিষ্যবিলাকে নির্দয় ওদাসিনেৰে সাক্ষ্য কৰিব পাৰে। তেওঁলোকৰ বহুতোৱে ঘৃণনীয় সন্তোষেৰে, নিজ সকলেই গোটেই অবর্ণনীয় যাতনা বিধান কৰে। আৰু তথাপিও ঈশ্বৰক পূজা কৰিবলৈ সাহস কৰে। এয়া হৈছে ভক্তিপূর্ণ বিদ্ৰুপ আৰু চয়তানে ইয়াৰ ওপৰত উল্লাসিত হয়, আৰু যীশু তেখেতৰ দূতবিলাকক এনেকোৱা অসংলগ্নতাৰ সৈতে এই বুলি নাৰকী জয়োল্লাসেৰে। তিৰস্কাৰ কৰে, এনেকোৱা হৈছে। খ্রষ্টেৰ শিষ্যবিলাক।GCam 179.1

    এই স্বীকৃত খ্ৰীষ্টান বিলাকে শহীদ সকলৰ যাতনা ভোগৰ বিষয়ত পৰে। তেওঁলোকে আচৰিত হয় যে চুকৰ পানী ওলাই পৰে। তেওঁলোকে আচৰিত হয় যে মানুহ বিলাকে কেতিয়াবা এনেকোৱা হৃদয় ধাৰণ কৰিব পাৰে যিটো ইমানেই কঠিন যে তেওঁলোকৰ স্বজাতীয় লোকৰ ওপৰত এনেকোৱা অমানবিক নিষ্ঠুৰতা প্ৰয়োগ কৰিব পাৰে, যেতিয়া একই সময়ত তেওঁলোকৰ স্বজাতীয় লোকক তেওঁলোকে দাসত্বত ধৰি ৰাখে। আৰু এইটোৰে আটাইখিনি নহয়। তেওঁলোকে প্ৰকৃতিৰ বন্ধনবোৰ বলেগ কৰে, আৰু নিষ্ঠুৰ হৈ তেওঁলোকৰ স্বজাতীয় লোকক নিত্য অত্যাচাৰ কৰে। তেওঁলোকে নির্দয় নিষ্ঠুৰতাৰে অতিকৈ অমানবিক অত্যাচাৰ বিধান কৰিব পাৰে, যিটো পোপবাদী আৰু বিধৰ্ম্মবিলাকে খ্ৰীষ্টৰ শিষ্য সকলৰ প্ৰতি যে নিষ্ঠুৰতা জাপি দিয়ে তাৰ সৈতে ভালদৰেই তুলনা হব পাৰে। দূতে কলে,এনেকোৱা মানুহবিলাকৰ কথাৰ পৰা ঈশ্বৰৰ বিচাৰৰ প্ৰাণদণ্ডৰ দিনা বিধর্মী আৰু পোপবাদী বিলাকৰ বাৱে বেচি সহনীয় হব। অত্যাচাৰিত সকলৰ কান্দোন আৰু যাতনাভোগ স্বৰ্গৰ ফালে গৈ পায়, আৰু যি কঠিন হৃদয় অবর্ণনীয়, অতিকৈ যন্ত্রণাদায়ক দৈহিক, মানসিক দুঃখ-কষ্ট, তাৰ স্ৰষ্টাৰ প্ৰতিমূৰ্ত্তিতে মনুষ্য জাতিক, তাৰ স্বজাতীয় লোকক ঘটোৱাত দূতবিলাকে আচৰিত হল। তেনেকোৱা মানুহবিলাকৰ নাম তেজত, বেতৰ কোবৰ চিনত আঁচ কৈ, কষ্টভোগৰ বৰকৈ বেদনাদায়ক, গৰমচকুৰ পানী বানত লিখি থোৱা আছে। ঈশ্বৰৰ ক্ৰোধ বন্ধ ন হব যেতিয়া ন লৈ পোহৰৰ দেশক তেখেতৰ ক্রোধৰ বাটিৰ একেবাৰে তলৰ ভাগটো পান কৰোৱায় আৰু বেবিলনৰ ফালে দূগুণ প্রতিফল দিয়ে। সি যেনেকোৱা ব্যৱহাৰ কৰিলে হেঁতেন, তোমালোকও তাৰ প্ৰতি তেনেকোৱা ব্যৱহাৰ কৰা আৰু তাৰ কাম অনুসৰি দুগুণ প্রতিফল তাক দিয়া( সি যিটো পাত্ৰত পানীয় প্রস্তুত কৰিলে হেতেঁন, সেই পাত্ৰত তাৰ বাৱে দু’গুণ পৰিমাপৰ পানীয় প্ৰস্তুত কৰা।GCam 181.1

    মই দেখিলো যে দাস প্ৰভুক তেওঁৰ দাসৰ আত্মাৰ বাৱে উত্তৰ দিব লাগিব যাক তেওঁ অজ্ঞতাত ৰাখিছে( আৰু দাসৰ আটাইখিনি পাপ প্ৰভুৰ ওপৰত আহি পাৰিব। দাসক ঈশ্বৰ স্বৰ্গলৈ লব নোৱাৰে, ঈশ্বৰৰ বা বাইবেলৰ সম্বন্ধে একোৱে নে জানি তাৰ প্ৰভুৰ চাবুক অবিহনে একোকেই ভয় ন কৰি, আৰু তেনেকোৱা উন্নত এটা অৱস্থা ধাৰণ ন কৰি, যাক অধােগতি আৰু অজ্ঞতাত । ৰখা হৈছে। কিন্তু তেওঁ তাৰ বাৱে অত্যন্ত ভাল বিষয়টো কৰে যি এজন সদয় ঈশ্বৰেই কৰিব পাৰে। তেওঁ তাৰ বিষয়ত এনেকোৱা কৰে যে সি নাছিল, যেতিয়া প্ৰভুক এম অন্তিম আঘাত ভোগ কৰিব লাগিব। আৰু তাৰ পিচত দ্বিতীয় পুনৰুত্থানত উঠি আহিব লাগিব। আৰু দ্বিতীয়টো, আটাইতকৈ ভয়াৱহ মৃত্যু ভোগ কৰিব লাগিব। তেতিয়া ঈশ্বৰৰ কোষ ক্ষান্ত হব।GCam 182.1

    এমাজ ৫:২১( ৰোমানজ ১২:১৯, দৈববাণী ১৪:৯-১০( ১৮:৬ দেখব।GCam 182.2

    Larger font
    Smaller font
    Copy
    Print
    Contents